Notxofar - Uss Niss

তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
Hi Bitch
Hi Bitch
Hi Bitch
Hi Bitch

দুটা ঠেং, দুখন হাত , এটা মূৰ
এচাম দেৱতা আৰু কিছুমান অসুৰ
জাতি ভেদৰ বিচাৰক তহঁত একোটা কুকুৰ
নিজে সাজি লোৱা ঠেক গণ্ডীতে চৰি ফুৰ ।
স্বৰ্গখন বোলে আৰামি
নৰক খন বোলে হাৰামি
মৰতৰ অলিয়ে গলীয়ে
চহৰে নগৰে গাঁৱে ভূঞে
চলে আকৌ গোড়ামী

তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
Hi Bitch
Hi Bitch
Hi Bitch
Hi Bitch

কথাবোৰ কৈ ভাল লাগে
যদি সিহঁতৰ গাত লাগে
মোৰ বিপক্ষে মোক মাত লাগে
Sick mass r ওচৰত মুখ পাত
যদি বিপ্লৱৰ ভাত লাগে ।
স্বচ্ছ নহয় তহঁতৰ মগজু আৰু মন
লেতেৰা বিচাৰ তহঁতৰ
কাৰ কিমান ধন
Colorblind lil' bitch
Motherfucker গাৰ বৰণ
লৈ বিচাৰ নকৰো বুলি
কৰি ল পণ ।
তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
Hi Bitch
Hi Bitch
Hi Bitch
Hi Bitch

I Spit straight Poison
সমৰ্থকৰ নাই কোনো প্ৰয়োজন
I Spit straight Poison
সমৰ্থকৰ নাই কোনো প্ৰয়োজন

তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
Hi Bitch
Hi Bitch
Hi Bitch
Hi Bitch

Written by NOTSOFAR © 2018

Comments

  • ×